alodalohi

aloe vera (English) [ IPA: aloe vera ASM: এল’ ভেৰা]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-26
1. Plants(Common Noun-Neuter) A species of succulent plants of the Aloe family known to have medicinal values চাল কুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা কেকটাচ জাতীয় এবিধ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।